ছিপাঝাৰৰ পুখুৰীয়া বিলত সমূহীয়া মৎস্য চিকাৰত ব্যস্ত হ'ল ৰাইজ।
স্বাধীনতা দিৱস উদযাপনৰ দিনটোত হাতে হাতে জাল-জুলুকি লৈ ওলায় আহিল শ শ লোক। একেলগে মৎস্য চিকাৰৰ আনন্দ ল'লে কেইবাখনো গাঁৱৰ লোকে।