: স্বাধীনতা দিৱসৰ উপলক্ষে গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন। পুৱা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে। জাতীয় পতাকা উত্তোলন কৰে MAC মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই।
স্বাধীনতা দিৱসৰ উপলক্ষে গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_a9f6eb557f9cce03346297bec273fb98.jpg)