দেশৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণ আৰক্ষী থানাতো ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে মৰাণ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক শিদ্ধেশ্বৰ বড়োয়ে। উপস্থিত থাকে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ লগতে কেইবাগৰাকী আৰক্ষী বিষয়া উপস্থিত থাকে।