দেওবাৰে বিজেপি, জলাহ সাতগড়ৰ কাৰ্য্যকৰ্তাৰ উদ্যোগত আৰু বিজেপি বেজেৰা মণ্ডলৰ সহযোগত জলাহ ৰাজহুৱা প্ৰেক্ষাগৃহত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত কৰা হয় ৷ সেইমৰ্মে বিশিষ্ট সমাজকৰ্মী চফিক মিৰ্জাৰ সভিপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ৷ হেমন্ত চৌধুৰীয়ে নিজৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি অনাগত দিনত কিবা সহায় সহযোগিতা লাগিলে নিশ্চয় তেওঁৰ তৰফৰপৰা সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি তথা শৰাইঘাট মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি তবিবৰ ৰহমান। শৰাইঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে জলাহ, চাংসাৰী অঞ্চলৰ উচ্চ শিক্ষা সমাপ্ত কৰি বিভিন্ন ক্ষেত্ৰত কৰ্মৰত কেইবাগৰাকীও যুৱক-যুৱতীক আজিৰ সম্বৰ্ধনা সভাত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সভাত উপস্থিত থাকে ক্ৰমে, শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মা, জ্ঞানদীপ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ, ফুলেশ্বৰ দাস, ৰূপকোঁৱৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰুজৰ লগতে বিজেপি দলৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা-কৰ্মী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस ने 398ग्राम अवैध गांजा व तस्कर को पकड़ा
कोटा. देवली मांझी थाना पुलिस द्वारा अवैध मादक पदार्थ गांजा 398 ग्राम व आरोपी को पकड़ा। पुलिस...
IT ची नोकरी सोडून सुरु केलं डॉंकी फार्म, गाढविणीच्या दुधाला इतकं महत्त्व का? I Hpn Marathi News
IT ची नोकरी सोडून सुरु केलं डॉंकी फार्म, गाढविणीच्या दुधाला इतकं महत्त्व का? I Hpn Marathi News
Israel-Hamas War: Gaza पर जमीनी युद्ध की पूरी तैयारी कर चुका था Israel, इस देश के कहने पर रुका
Israel-Hamas War: Gaza पर जमीनी युद्ध की पूरी तैयारी कर चुका था Israel, इस देश के कहने पर रुका
Earthquake in Assam: असम के नागांव में आया भूकंप, रिक्टर पैमाने पर 4.0 मापी गई तीव्रता
नई दिल्ली। अभी सीरिया और तुर्कीय में लोगों को भूकंप से मिले जख्मों के घाव भरे भी नहीं थे कि असम...