আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ ৭৫ বছৰ ঐতিহাসিক মূহুূৰ্তৰ প্ৰাকক্ষনত পদ্ম হাজৰিকাই সমষ্টিবাসীক দিলে তিনিটা জল জীৱন মিচনৰ অন্তৰ্গত তিনিটা পানী যোগান আঁচনি আৰু ১৫০ টা অঙ্গনাবাদী কেন্দ্ৰ | আজি পুৱাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বালিপৰাৰ পৰা এক বিশাল মটৰ চাইকেল ৰেলীৰে কলনী চাহ বাগিছালৈ লৈ আদৰি নিয়াৰ পাছতে কলনীবাসীক দুটা পানী যোগানৰ শুভ উদ্ধোধন কৰাৰ লগতে চাৰিদুৱাৰ মৌজাৰ সোনাইমিৰিত এটি মডেল অংগনাবাদী কেন্দ্ৰ মুকলি কৰে | উল্লেখ্য যে আজিৰ দিনটোতে চতিয়া সমষ্টিত ১১টা মডেল অংগনাবাদী কেন্দ্ৰৰ মুকলি কৰা বুলি দোহাৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
VI का तगड़ा प्लान, फ्री मिल रहा अनलिमिटेड डेटा; कैसे उठा सकते हैं फायदा
Vi Super Hero Plan वीआई ग्राहकों के लिए एक सुपर हीरो प्लान लेकर आई है। इसमें प्रीपेड यूजर्स को...
વિસનગર: VHP અને બજરંગ દળ દ્વારા પઠાણ ફિલ્મ વિરૂદ્ધ સૂત્રોચ્ચાર; ફિલ્મને બોયકોટ કરવા રેલી યોજી
ફિલ્મ અભિનેતા શાહરૂખ અને દીપિકા પાદુકોણની ફિલ્મ પઠાણનો ઠેર-ઠેર વિરોધ જોવા મળી રહ્યો છે. જેમાં...
NEWS | અંબાજી વિવાદને લઇને મામલો બન્યો ઉગ્ર | VR LIVE
NEWS | અંબાજી વિવાદને લઇને મામલો બન્યો ઉગ્ર | VR LIVE
દરીયાપુર મનપસંદ જીમખાનાની આડમાં જુગાર રમતાં ૨૭ જુગારીઓને મુદ્દામાલ સાથે ધરપકડ કરતી ક્રાઈમ બ્રાન્ચ
દરીયાપુર મનપસંદ જીમખાનાની આડમાં જુગાર રમતાં ૨૭ જુગારીઓને મુદ્દામાલ સાથે ધરપકડ કરતી ક્રાઈમ બ્રાન્ચ
নয়নমণি শইকীয়াক ডিএছপি পদলৈ পদোন্নতি
অভিনন্দন ধনশিৰিৰ নয়নমণি শইকিয়ালৈ অসম চৰকাৰে ডি এছ পি পদলৈ পদোন্নতি দিয়া কমনৱেলথ গেমচৰ স্বৰ্ণপদক...