পুৱা হোৱা এজাক বৰষুনতে হোজাইৰ বিস্তীৰ্ণ অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। আমি পুনৰ জনাই আছোঁ হোজাই চহৰৰ অধিকাংশ ৱাৰ্ড বৰ্তমান কৃত্ৰিম বানপানীৰ কৱলত পৰাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত । কি বিষ্ণুপল্লী অঞ্চল, কি শিৱবাৰী লিংক ৰোড, আৰু কি কালীবাৰী অঞ্চল সকলোতে এতিয়া পানী আৰু পানী। ঘৰৰ ভিতৰত পানী ৰাস্তা ঘাটত পানী। মাথোঁ পানী আৰু পানী। ঘৰৰ ভিতৰত যদি একাঠু পানী ৰাস্তাতটো আৰু অধিক পানী জমা হোৱাত এতিয়া হাহাকাৰ লাগিছে বানাক্রান্ত সকলৰ মাজত। মুঠৰ ওপৰত নলা নৰ্দমাৰ জাবৰ নিষ্কাষণ নোহোৱাত অঞ্চলটোৰ লোক সকল কৃত্ৰিম বানপানীৰ কৱলত পৰাত এতিয়া ভুগিছে দুৰ্ভোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રેમિકા ને મળવા જવાનું પડ્યું ભારે વિડિયો થયો સોશીયલ મિડીયા પર વાયરલ...........
ડીસામાં પ્રેમિકાને મળવા જવું પ્રેમીને ભારે પડ્યું:*
ગ્રામજનોએ પ્રેમીને પકડી ટપલી...
ब्रांडेड कंपनी के नाम पर नकली मोबिल ऑयल बेचने वाले तीन लोग तेल माफिया घोषित
आगरा: ब्रांडेड कंपनी के नाम पर नकली मोबिल ऑयल विक्रय कर धन अर्जित करने वाले तीन अभियुक्तगण को तेल...
बेरूखी व अव्यवस्थाओ के बीच आज से 15 दिवसीय कजली तीज मेले की शुरूआत
बून्दी। प्रदेश मे सता का दम्भ भरते हुये अति उत्साह मे स्वायत शासन विभाग से लांच करवाई गई कजली तीज...
દેવધરી માં ભવ્ય તુલસી વિવાહ આયોજન કરવામાં આવ્યું હતું
દેવધરી માં ભવ્ય તુલસી વિવાહ આયોજન કરવામાં આવ્યું હતું
ઓનલાઇન ફ્રોડ થી બચવાં સાઇબર ક્રાઇમ વિભાગે આદર્શ સ્કુલના બાળકો ને તાલીમ આપી.| ATN NEWS GUJARAT
ઓનલાઇન ફ્રોડ થી બચવાં સાઇબર ક્રાઇમ વિભાગે આદર્શ સ્કુલના બાળકો ને તાલીમ આપી.
રોજ રોજ...