মঙ্গল বাৰে শিৱসাগৰ নগৰৰ মাজমজিয়া মুক্তিনাথ চাৰি আলিত সদৌ আসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়িত কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী। অসম চৰকাৰে কা বলবৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়ধীকৰণত নপথিয়াবলৈ জাৰি কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা ছাত্ৰসন্থাই। " কা" বলৱৎৰ জৰিয়তে ২০১৪ চনলৈকে অহা অমুছলমান যিসকল লোক আছে বিশেষকৈ হিন্দু বাংলাদশীক বৰপীৰা পাৰি দি তেওঁলোকৰ চৰণীয়া পথাৰ কৰিবলৈ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিপদক্ষেপ গ্ৰহন কৰিছে সি কেতিয়াও গ্ৰহনযোগ্য হ'ব নোৱাৰে আৰু।আহিব লগা দিনতযিহেতু এই গোটেই বিষয়টো" কা"ৰ গোচৰটো আদালতৰ বিচাৰধীন হৈ আছে , তাৰ পিছতো ফেচিষ্ট মনোভাৱেৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত মানিলোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে আৰু যদি এই অধিসূচনা শ্ৰীঘ্ৰে বাতিল নকৰে তেতিয়া হ'লে ছাত্ৰ সন্থাই অধিক তীব্ৰভাৱে গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১২ ছাত্ৰ ছাত্ৰী বিহাৰত ৫নবেম্বৰত অনুষ্ঠিত হব লগা অখিল ভাৰতীয় সংস্কৃত মহোৎসৱত লব অংশ গ্ৰহণ।প্ৰদৰ্শন কৰিব সত্ৰিয়া আৰু বিহু নৃত্য।
বিদ্যা ভাৰতী শিক্ষা সংস্থান ৰ উদ্যোগত অহা ৫ৰ পৰা ৭নবেম্বৰৰ লৈকে বিহাৰৰ সীতামঢিত অনুষ্ঠিত হব লগা...
રાજકોટ ના કુવાડવા રોડ પર ટાયર સળગાવી ને રોડ બંધ
રાજકોટ ના કુવાડવા રોડ પર ટાયર સળગાવી ને રોડ બંધ
સદારામ બાપાનો પ્રાણ પ્રતિષ્ઠા મહોત્સવ...!
સદારામ બાપાનો પ્રાણ પ્રતિષ્ઠા મહોત્સવ...!
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ।
দৈৱক্ৰমে প্ৰাণৰক্ষা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান...
Salman Khan के Farm House में घुसे 2 लोग.. पुलिस ने पकड़ा, मिली फर्जी ID | Lawrence Bishnoi | Mumbai
Salman Khan के Farm House में घुसे 2 लोग.. पुलिस ने पकड़ा, मिली फर्जी ID | Lawrence Bishnoi | Mumbai