যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি সৰ্বাইবন্ধা কৃষ্ণনগৰস্থিত গান্ধীবাদী নেতা হৰিজন - বন্ধু কৃষ্ণনাথ শৰ্মা আৰু তেওঁৰ পুত্ৰ মুক্তিযোদ্ধা কালিদাস দেৱ শৰ্মাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ উপায়ুক্ত গৰাকীয়ে হৰিজন - বন্ধুজনৰ আত্মীয় স্বজন আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সমাধি ক্ষেত্ৰ দুটাৰ লগতে নেতাগৰাকীৰ পুৰণি ভেটিটো জিলা প্ৰশাসনে সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি অৱগত কৰে৷ স্থানীয় ৰাইজে উপায়ুক্ত গৰাকীৰ এই পদক্ষেপৰ শলাগ লয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
যান-বাহন আৰক্ষীৰ কনিষ্টবল মৃদুল বৰালৈ জিপি সিঙৰ বিশেষ বঁটা ঘোষণা
🔴যান-বাহন আৰক্ষীৰ কনিষ্টবল মৃদুল বৰালৈ জিপি সিঙৰ বিশেষ বঁটা ঘোষণা।
🔴দুৰ্ঘটনাত পতিত তেজেৰে...
सामाजिक न्याय एवं अधिकारिता विभाग का कार्यालय पिछले 2 साल से बंद केशोरायपाटन ।
सामाजिक न्याय एवं अधिकारिता विभाग का कार्यालय पिछले 2 साल से बंद केशोरायपाटन
पंचायत...
2024 Elections: TMC ने बंगाल की सभी 42 सीटों पर उतारे उम्मीदवार, Adhir Ranjan के लिए प्लान तैयार
2024 Elections: TMC ने बंगाल की सभी 42 सीटों पर उतारे उम्मीदवार, Adhir Ranjan के लिए प्लान तैयार
झारखंड के राजभवन की तीन दिन से चुप्पी हेमंत सोरेन सरकार को हैरान कर रही है
इतना ही नहीं, इशारों ही इशारों में राजभवन को चेतावनी तक दे डाली. पत्र की शुरुआत में JMM ने कानून...