নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কামৰূপ জিলাৰ বেজেৰা পৰা আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যলয়লৈ এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয় ৷ ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ নেতৃত্বত কেইবা শতাধিক যুৱকে প্ৰতিখন দুচকীয়া বাহনতে ত্ৰিৰংগা লৈ অংশগ্ৰহণ কৰে এই বিশাল যাত্ৰাত ৷ উক্ত বাইকৰেলি মুকলি কৰে বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই ৷ ৰেলিৰ মুকলিৰ পূৰ্বে এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি বেজেৰা মণ্ডলৰ সম্পাদক ৰুবুল দাস, ভাৰতীয় জনতা যুৱ মৰ্চা ,বেজেৰা মণ্ডলৰ সম্পাদক মানৱেন্দ্ৰ ডেকা ,প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱা স্থানীয় গাঁওপ্ৰধান দণ্ডধৰ ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷কৰাৰ উদ্দেশ্যে যুৱ মৰ্চাৰ বাইক ৰেলী
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપલેટા પોલીસ સ્ટેશન અને સરપંચ પરિસંવાદ કાર્યક્રમ યોજાયો.
ઉપલેટા પોલીસ સ્ટેશન અને સરપંચ પરિસંવાદ કાર્યક્રમ યોજાયો | Upleta Police News
ग्रामस्थांच्या सतर्कतेने मुले पळवण्याचा प्रयत्न फसला; तरुणाला ग्रामस्थांकडून चोप
खेड: तालुक्यातील लोटे औद्योगिक वसाहतीतील गुणदेफाटा येथील झोपडपट्टीत राहणाऱ्या कुटुंबियांची मुले...
भारतीय बाजार में Boult ने लॉन्च किए दो Dash Cam, जानें क्या है खासियत और कीमत
भारतीय कार बाजार में लगातार सेफ्टी फीचर्स को बेहतर किया जा रहा है। कारों में सेफ्टी को बढ़ाने के...
Sama Sport's કોમ્પલેક્ષ ખાતે કરાટે મા બ્લેક બેલ્ટ બનતા તાલીમાર્થી ઓ ને સન્માનિત કરવામાં આવ્યા
Sama Sport's કોમ્પલેક્ષ ખાતે કરાટે મા બ્લેક બેલ્ટ બનતા તાલીમાર્થી ઓ ને સન્માનિત કરવામાં આવ્યા
कर्जत येथील ग्रामदैवत थोर संत श्रीसद्गुरू गोदड महाराज यांच्या रथयात्रेचा आरंभ
कर्जत येथील ग्रामदैवत थोर संत श्रीसद्गुरू गोदड महाराज यांच्या रथयात्रेचा आरंभ