স্বাধীনতা দিৱসলৈ মাত্ৰ এটা দিন । শিৱসাগৰত আৰক্ষীৰ চলাইছে নিছিদ্ৰ তালাচী। শিৱসাগৰ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে | জিলাখনত যাতে স্বাধীনতা দিৱসৰ দিনা কোনো কূটাঘাট মুলক কাৰ্য্য সংঘটিত হব নোৱাৰে তাৰ বাবে নিশা পৰ্যন্ত এনেদৰে আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে | শিৱসাগৰ বিভিন্ন স্থানত চলিছে এই অভিযান |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোগামুখ চুমনি নাহৰবাৰী লত্তাত সামৰণি পৰিল অষ্টম মিচিং যুৱ মহোৎসৱ আৰু টি,এম,পি,কে'ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ।
#মুকলি সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লাডাখৰ পৰিৱেশ বিজ্ঞানী চনম ৱাংচুক,শিক্ষা মন্ত্ৰী ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱা,বিধায়ক নৱকুমাৰ দলে,ভূৱন গা
গোগামুখ চুমনি নাহৰবাৰী লত্তাত সামৰণি পৰিল অষ্টম মিচিং যুৱ মহোৎসৱ আৰু টি,এম,পি,কে'ৰ সোণালী জয়ন্তী...
Coronavirus Update: भारत में एक हफ्ते में कोरोना मामलों में दोगुना इजाफा, जनवरी 2022 के बाद सबसे तेज
नई दिल्ली, भारत में कोरोना संक्रमण के मामले तेजी से बढ़ रहे हैं। जनवरी 2022 में तीसरी लहर के...
US Market To Fall Today? | US बाजार में आखिर क्या चल रहा है? Inflation के आंकड़ों से क्या है उम्मीद?
US Market To Fall Today? | US बाजार में आखिर क्या चल रहा है? Inflation के आंकड़ों से क्या है उम्मीद?
নিশা পূজা চাবলৈ যাওঁতেই মৰাণত চোৰে উদং কৰিলে ঘৰ
নিশা পূজা চাবলৈ যাওঁতেই মৰাণত চোৰে উদং কৰিলে ঘৰ