মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত, গোগামুখ স্বাস্থ্যকেন্দ্ৰৰ সহযোগত আৰু TMPK ৰ আহ্বানত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে ফগ্গিং অপাৰেচন কাৰ্যসূচী আজি মিংমাং কঠালগুৰি চাৰিআলিত শুভ উদ্ধোধন কৰা হয়।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

উল্লেখযোগ্য যে ধেমাজি জিলা বহু কেইটা অঞ্চলত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা তথ্য পোহৰলৈ আহিছে, এই ৰোগ প্ৰতিৰোধ কৰিব বাবে MAC আৰু গোগামুখ স্বাস্থ্য কেন্দ্ৰ কৰ্মী য়ে ফগ্গিং অপাৰেশ্যন আৰম্ভ কৰে। 

উক্ত অনুস্থানটি শুভ উদ্ধোধন কৰে MAC ৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পৰমানন্দ চায়েঙীয়াদেৱে আৰু সংগ দিয়ে MAC -ৰ G.M. শ্ৰীযুত ৰাজু পেগু,O.S.D. শ্ৰীযুত অনিল কুমাৰ পেগুদেৱ, বলিষ্ঠ নেতা শ্ৰীযুত দিব্যজ্যোতি ভৰালী আৰু গোগামুখ সামূহীক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে TMPK ৰ নেতৃবৃন্দ.....