মৰাণৰ বিবিধ ক্ষেত্ৰৰ 75 গৰাকী বিশিষ্ট ব্যক্তিলৈ বিজেপিৰ সম্বৰ্ধনা
দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত স্বাধীনতাৰ অমৃত মহোৎসবৰ লগত সংগতি ৰাখি আজি মৰাণ সমষ্টিৰ 75 গৰাকী বিশিষ্ট ব্যক্তিলৈ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্হিতিত সম্বৰ্ধনাা জনোৱা হয় ৷ মৰাণৰ সমাজ জীৱনৰ বিবিধ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতলোকলৈ শ্ৰদ্ধা জ্ঞাপন
 
  
  
   
   
   
   
  