চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাঁটসাকো উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মাহমৰা আৰু থাওৰা সমষ্টি ভিত্তিত বিশাল নিৰ্বাচণী সভাত অংশ গ্ৰহন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মঞ্চত গীতৰ তালে তালে নাচি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচণী প্ৰচাৰ চলায়। সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন , থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই,চৰাইদেউ।জিলা বিজেপি লক্ষ্মীনাথ তাছাৰ লগতে জিলাখনৰ বহু সংখ্যক দলীয় বিষয় ববীয়া উপস্থিত থাকে।
মাহমৰাৰ পাঁটসাকোত বিশাল নিৰ্বাচণী সভাত অংশ গ্ৰহন কৰি গীতৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/04/nerity_c3b1cea1b3a7713cb9298ef5abcf5d80.jpg)