বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্বাধীনতা দিৱসত কোনো ধৰণৰ কুটাঘাট মূলক কাৰ্য সংঘটিত নহবৰ বাবে সস্ত্ৰম হৈ আছে মহিলা গাওঁৰক্ষী বাহিনী।

বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ বৰহাট ৰে'লৱৈ ষ্টেচন, এচ বি আই বেংক,বৰহাট সাপ্তাহিক বজাৰ,বৰহাট গ্ৰামীণ বিকাশ বেংক আদি অঞ্চলত

বৰহাট টাউন মহিলা গাওঁৰক্ষী বাহিনীয়ে প্ৰতিদিনে সন্ধিয়া ৭বজাৰ পৰা নিশা ৯বজালৈকে ঘৰুৱা কাম কাজ এৰি নিজৰ জীৱনকো তূষ্ঠ কৰি হাতত লাঠি,টচলৈ অঞ্চলটোত যাতে কোনো ধৰণৰ কুটাঘাট মূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি বৰহাট টাউন মহিলা গাওঁৰক্ষী বাহিনীৰ সদস্যা সকলে সস্ত্ৰম হৈ থকা পৰিলক্ষিত হৈছে।