ৰহা হাৰিয়ামুখ মুছলমান গাঁও কলং ৰ বাকৰিত অহা ১৮ এপ্ৰিলত এদিনীয়া কাৰ্য্যসূচীৰে ঈদ আৰু ৰঙালী বিহু উপলক্ষে আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব।

    ৰেইনব ক্লাবৰ উদ্যোগতা সকলে জানিব দিয়ে যে ১৮ এপ্ৰিলত নিশা ৯বজাৰ পৰা অনুষ্ঠিত হব লগা প্ৰতিযোগিতাতৰ প্ৰথম পুৰস্কাৰ ৭০০১টকা ও মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ ৫০০১ টকা ও মানপত্ৰ, ৩য় পুৰস্কাৰ ৩০০১ টকা ও মানপত্ৰ, চতুৰ্থ পুৰস্কাৰ ১৫০১টকা ও মানপত্ৰ আৰু পঞ্চম পুৰস্কাৰ ১০০১টকা ও মানপত্ৰ প্ৰদান কৰি বিজয়ী প্ৰতিযোগি সকলক পুৰস্কৃত কৰা হব।

     উদ্যোগতা সকলে ইচ্ছুক প্ৰতিযোগি সকলক ৮৬৩৮০০৭৬৬০আৰু ৮৩১০৫৯৫২১৬মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।