মাজুলীত জঘন্য ঘটনা। ◆কমলাবাৰীৰৰ মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতী ধৰ্ষণৰ চেষ্টা দুই যুৱকৰ ।

যুৱক দুজন দক্ষিণপাতৰ সঞ্জীৱ দাস আৰু ৰাজ দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে 44/2022,  376(1) ধাৰাত আটক কৰিছে ৷