'ৰহস্য'ৰ বঁটা প্ৰাপকসকল :

১) সাহিত্য-সংস্কৃতি সৌৰভ বঁটা :: বিজু বৰি, গোলাঘাট।

২) সাহিত্য সৌৰভ বঁটা : ড' চাৰু চহৰীয়া নাথ, বিশিষ্ট সাহিত্যিক, সভানেত্রী সদৌ অসম লেখিকা সমাৰোহ ।

৩) সাংস্কৃতিক সৌৰভ বঁটা : কুমাৰ ভৱেশ,জনপ্ৰিয় কণ্ঠশিল্পী।

৪) কাব্য সৌৰভ বঁটা : হিমাংশু প্রসাদ দাস, জনপ্রিয় কবি-নাট্যকাৰ-পৰিচালক।

৫) সংবাদ সৌৰভ বঁটা : পাৰ্থ প্ৰতীম বৰুৱা, সাংবাদিক, প্রতিদিন টাইম, গুৱাহাটী ।

৬) সাহিত্য সাধনা বঁটা : সুবৰ্ণ শ‍ইকীয়া বৰদলৈ, বিশিষ্ট সাহিত্যিক, বোকাখাত। সাংস্কৃতিক সাধনা বঁটা : ড' স্নেহলতা অধিকাৰী চহৰীয়া লোকশিল্পী,দৰং ।

৭) সংবাদ সাধনা বঁটা : কল্পজ্যোতি নাথ, বিশিষ্ট সাংবাদিক, নিউজ লাইভ, ঢেকীয়াজুলি ।

৮) সাংগঠনিক দক্ষতা বঁটা : প্রদীপ ডেকা,বিশিষ্ট সাংবাদিক মৰিগাঁও ।

৯) সাহিত্য বৈভৱ বঁটা : গীতাঞ্জলি কলিতা বৰদলৈ,বিশিষ্ট লেখিকা ।

১০) সাহিত্য জাগৰণ বঁটা : গীতাঞ্জলি কলিতা গগৈ, বিশিষ্ট লেখিকা । 

১১) সাহিত্য উদয় বঁটা : কণিকা বর্মন, বিশিষ্ট লেখিকা।

১২) ৰহস্য কলা সৌৰভ বঁটা : জিতুমণি দাস।

১৩) কাব্য জ্যোতি বঁটা :: হেমন্ত কুমাৰ দাস।

১৪) সাহিত্য বৈভৱ বঁটা : শ্ৰীযুত দীজেন্দ্ৰ নাথ শৰ্মা, লেখক-সাহিত্যিক।

১৫) খুব কৰি বঁটা :: বা কাশ্যপ কবি।

১৬) ৰহস্য প্রেৰণা বঁটা :: নীনা কলিতা পাল ।

১৭) উদ্যোগ উদয় বঁটা : স্তুতি হাজৰিকা, উদ্যোগী মহিলা।

১৮) কলা গৰিমা বঁটা : পৰী শৰণীয়া, অভিনেত্ৰী পৰিচালক, চিফুং দ্যা আর্টিষ্ট।

১৯) সমাজ সৌৰভ বঁটা : মাধৱ চা কলিতা, বিশিষ্ট সাহিত্যিক।

২০) কর্মযোগী বঁটা মঃ আব্দুল কাছিম, ছিপাঝাৰ, দৰং।

২১) ৰহস্য গৰিমা বঁটা : নৃপেন শৰ্মা, কামৰূপ ।

২২) শিল্পী প্ৰেৰণা বঁটা : জেৰিণা বৰুৱা

 অভিনেত্রী।

'আমাৰ চিঞৰ'ৰ বঁটা 

 'আমাৰ চিঞৰ'ৰ সংবাদ প্ৰহৰী বঁটা প্ৰাপকসকল

১) লোকেশ্বৰ নাথ,বিশিষ্ট সাংবাদিক দৰং।

২) দ্বীপেন ডেকা, বিশিষ্ট সাংবাদিক, খৈৰাবাৰী ।

৩) কমল কৃষ্ণ ডেকা বিশিষ্ট সাংবাদিক সোণাপুৰ।

 ৪) কমল নাথ, বিশিষ্ট সাংবাদিক, প্রাগ নিউজ,দিপিলা, দৰং। 

অসমৰ অন্যতম পুৰণি ৪৯ বছৰ গৰকা ৰহস্যধর্মী আলোচনী মাহেকীয়া ‘ৰহস্য' আৰু সাপ্তাহিক বাতৰি কাকত তথা নিউজ পৰ্টেল ‘আমাৰ চিঞৰ'ৰ চতুৰ্থ বর্ষপুর্তি অনুষ্ঠান অহা ১৩ আগষ্ট, ২০২২, শনিবাৰে দিনজোৰা কাৰ্যক্ৰমণিকাৰে গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণু ৰাভা ভৱনত আয়োজন কৰিছে। উক্ত বর্ষপুর্তি অনুষ্ঠানতে ‘ৰহস্য' আৰু সাপ্তাহিক বাতৰি কাকত তথা নিউজ পৰ্টেল 'আমাৰ চিঞৰ'ৰ বিভিন্ন শিতানৰ বঁটাসমূহ প্ৰদান কৰিব।