বৰহাটৰ জাতীয় বিদ্যালয়ত ৰীণা বুঢ়াগোহাঁই সোঁৱৰণী মেধাবী বঁটা ২০২২ প্ৰদান অনুষ্ঠান সম্পন্ন।উল্লেখ্য যে টিট্ লাগড়ৰ হাই স্কুলৰ প্ৰয়াত সহঃশিক্ষয়িত্ৰী ৰীণা বুঢ়াগোহাঁই সোঁৱৰণী মেধাৱী বঁটা ২০২২ বঁটা প্ৰদান কৰাৰ কৰাৰ সন্দৰ্ভত বৰহাট জাতীয় বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়।বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতুমণি ভূঞাৰ পৌৰোহিত্বতত অনুষ্ঠিত সভা খন আঁত ধৰে টিট্ লাগড় হাই স্কুলৰ সহঃশিক্ষক দীচেন গগৈয়ে।সভাত বৰহাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ যতীন গগৈ, বৰহাট জাতীয় বিদ্যালয়ৰ সঞ্চালক অৰুণ জ্যোতি গগৈ,শিক্ষক সোমেশ্বৰ দত্ত,বৰহাট নিউ হাইস্কুলৰ প্ৰধান শিক্ষক বিজয় কৃষ্ণ গোহাঁই, বিজেপি যুৱ নেতা এনজয় দে,বিশ্বজিত বুঢ়াগোহাঁই, ডেলেহী বৰপাত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তোলন গগৈ, টিট্ লাগড় হাই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ কান্ত গগৈ প্ৰমুখ্যে ভালেকেইজন লোকে প্ৰয়াত ৰীণা বুঢ়াগোহাঁই শিক্ষয়িত্ৰী জীৱনৰ অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ટ્રેનિંગ ના ગરબા ગુજરાત પોલીસ 👮👮🚨🚨 😍👌 #gujarat #police #2024 #whatsappstatus #new
ટ્રેનિંગ ના ગરબા ગુજરાત પોલીસ 👮👮🚨🚨 😍👌 #gujarat #police #2024 #whatsappstatus #new
अचानक गए सामने आ जाने से ऑटो पलट गया इलाज इमरजेंसी वार्ड में चल रहा है
कोटा
शहर के भीमगंजमंडी इलाके में देर रात खेड़ली
फाटक के निकट ऑटो पलटने से उसका...
POCO आज लॉन्च करेगा दो पावरफुल फोन, मिलेंगे कम दाम में जबरदस्त फीचर्स
POCO M7 Pro 5G पोको आज भारत में दो स्मार्टफोन लॉन्च करेगा। POCO M7 Pro 5G और POCO C75 5G की...
মৰাণত মন্ত্ৰী যোগেন মহনঃ ৰাষ্ট্ৰীয় পতাকাক লৈ আমি ব্যৱসায় কৰা নাই, পতাকাখনক আমি সন্মানহে কৰিছো
মৰাণত মন্ত্ৰী যোগেন মহনঃ ৰাষ্ট্ৰীয় পতাকাক লৈ আমি ব্যৱসায় কৰা নাই, পতাকাখনক আমি সন্মানহে কৰিছো
ಮಾಜಿ ಸಚಿವ ಎಂ.ಟಿ.ಬಿ. ನಾಗರಾಜ್ ವಿರುದ್ಧ ಮುಖ್ಯ ಚುನಾವಣಾ ಆಯುಕ್ತರಿಗೆ ದೂರು
'ಮುಸ್ಲಿಂ ಸಮುದಾಯದವರು ನನ್ನಿಂದ ಹಣ, ಉಡುಗೊರೆ ಪಡೆದು ವೋಟ್ ಹಾಕಲಿಲ್ಲ, ನನ್ನ ಸೋಲಿಗೆ ಮುಸ್ಲಿಂ ಸಮುದಾಯದವರು ಕಾರಣ'...