ধেমাজি গোগামুখত প্ৰদেশ কংগ্ৰেছৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে 'স্বাধীনতা গৌৰৱময় যাত্ৰা'। গোগামুখস্থিত বৰদলনি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা  নগৰৰ মাজেৰে ধেমাজি-লখিমপুৰ সীমান্তলৈ পতাকা লৈ সমদল বাহিৰ কৰে। ধেমাজি জিলা আৰু ব্লক কংগ্ৰেছ সমিতিৰ সহযোগত উলিওৱা সমদল যাত্ৰাত অংশ গ্ৰহণ কৰে ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ নেতা সভাপতি ৰাণা গোস্বামী, উপেন গগৈ, শৈলেন সোণোৱাল আদিয়ে।

#ৰাণা গোস্বামীয়ে ৭৫ বছৰীয়া স্বাধীনতা গৌৰৱময় যাত্ৰাৰ তাৎপৰ্য আৰু বীৰ শ্বহীদৰ কথা উল্লেখ কৰে।

# পতাকা মূল্যৰ ওপৰত বিজেপি দলক গঠন মূলক পৰামৰ্শ দিয়ে।# ৮ কংগ্ৰেছ বিধায়ক বিজেপিৰ লগত বুজা মেলা সন্দৰ্ভত প্ৰতিক্ৰিয়া।

# মূল্য বৃদ্ধি প্ৰসংগত বিজেপি চৰকাৰক ধূদৰ পছলা আৰু ধূৱাকুলীয়া আখ্যা দিয়ে।