মাজুলী ৯৮ নং মৰিসুতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰভাত ফেৰী। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এই প্ৰথমিক বিদ্যালয় খনত কন কন ছাত্ৰছাত্ৰছাত্ৰী সকলে ভাৰত মাতৰা কাল্পনিক চৰিত্ৰ, মহামানৱ মহাত্মা গান্ধী , জৱাহৰলাল নেহেৰু , কনক লতা , ভগত সিং আদি স্বাধীনতা সংগ্ৰামী সকলৰ প্ৰতীকী চৰিত্ৰ উলিয়াই শুভাযাত্ৰা সম্পন্ন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউৰ সাপেখাতিত অনুষ্ঠিত হব লগা শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ
চৰাইদেউৰ সাপেখাতিত অনুষ্ঠিত হব লগা শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ
2023 Hyundai i20 facelift भारत में हुई लॉन्च, मिलेंगे ये अपडेटेड फीचर्स 2023 Hyundai i20 facelift
2023 Hyundai i20 facelift Launched Today अपडेटेड i20 में डुअल-टोन इंटीरियर के साथ सेंटर में...
ঢেকীয়াখোৱা বৰনামঘৰত ভক্তিভৰা সেৱা নিবেদিলে মন্ত্ৰী অতুল বৰায়ে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা...