৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ফেন্সী ড্ৰেছ, কুইজ,দেশপ্ৰেমমূলক গীত, নৃত্য প্ৰতিযোগীতা সামৰণি পৰে। বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত দুদিনাকৈ মহকুমা প্ৰশাসনে আয়োজন কৰা এই প্ৰতিযোগীতা অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। এই ফেন্সি ড্ৰেছ, দেশপ্ৰেমমূলক গীত আৰু দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাত বিশেষ পাৰদৰ্শীতা দেখুৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক অহা ১৫ আগষ্টত মহকুমা প্ৰশাসনে মানপত্ৰৰে সন্মানিত কৰিব।॥
স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ফেন্সী ড্ৰেছ, কুইজ, দেশপ্ৰেমমূলক গীত, নৃত্য প্ৰতিযোগিতা
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_16302d9edcf95cce08b6815aeb706632.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)