১৯৪২চনত ভাৰত ত্যাগ আন্দোলনত ব্যৱহাৰ কৰা এখন পতাকা।

স্বাধীনতা সংগ্ৰামী সক্ৰিয় নেতা তথা মুক্তি যুঁজাৰু শিৱ চন্দ্ৰ দেৱ গোস্বামীযে ব্যৱহাৰ কৰিছিল।বৰ্তমান তেখেতৰ পুত্ৰ তথা বাসুদেৱ থান নৰোৱা সত্ৰ বৰপূজাৰক মোহন দেৱ গোস্বামীৰ গৃহত এতিয়াও সংৰক্ষণ কৰি থোৱা আছে।১৯৪২চনত ভাৰত ত্যাগ আন্দোলনত ব্যৱহাৰ কৰা এখন খদ্দৰ কাপোৰৰ পতাকা।

যাৰ বৰ্তমান বয়স ৮১বছৰ।