সোণাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ছয় জনগোষ্ঠী জনজাতি কৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী স্বৰূপে বাইক ৰেলী উলিওৱা হয়। লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি কৰণ নকৰিলে নিৰ্বাচনত বাধা আৰোপ কৰাৰ হুংকাৰেৰে এই বাইক ৰেলী উলিয়াই আটাছুৱে।সোণাৰীৰ পৰা সাপেখাটী লংপতিয়া হৈ যোৱা বাইক ৰেলীত দুই শতাধিক আটাছু কৰ্মীয়ে যোগদান কৰে।