#জামুগুৰি আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ কুসুমটোলা দফলাটিকাৰ তুলসী নায়কৰ গৃহৰ পৰা প্ৰায় ১ কে:জি: ভাং জব্দ কৰিবলৈ সক্ষম হয়। নায়কৰ পত্নী উষা নায়কক আটক কৰিবলৈ সক্ষম হয়।