আপে ঘোষনা কৰিছে আপৰ প্ৰাৰ্থীত্বৰ তালিকা। অসমৰ বিশেষ ভাৱে ডিবগড় লোকসভা সমষ্টিৰ পৰা ঘোষনা কৰিলে প্ৰাৰ্থীৰ নাম। ডিবূগড় লোকসভা সমষ্টিৰ পৰা মনোজ ধানোৱাৰৰ নাম প্ৰাৰ্থীত্বৰ তালিকাত আগবঢ়াইছে আপে। এই ক্ষেত্ৰত সোণাৰীত উপস্থিত হৈ মনোজ ধানোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে-তেওঁ খুৱ গৌৰৱ অনুভৱ কৰে যে দলে তেওঁৰ প্ৰতি বিশ্বাস ৰাখি আগুৱাই দিছে ।গোটেই ভাৰতবৰ্ষত এটা লোকসভাক লৈ প্ৰথমটো ডাঙৰ ঘোষনা হৈছে।অসমবাসী হিচাবে মই গৌৰৱ অনুভৱ কৰিছো। আম আদমী পাৰ্টিৰ দুৰ্নীতিৰ বিৰুদ্ধে যিটো যুঁজ আছে তাৰ বাবে আমি সকলোৱে সফল ভাৱে যুঁজিবলৈ পাৰিম তাৰ কাৰণে আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા અને સાંતલપુર ના સરહદી વિસ્તારમાં પાણીની પાઇપ ફાટતા ખેડૂતો થયા પાયમાલ
બનાસકાંઠા અને સાંતલપુર ના સરહદી વિસ્તારમાં પાણીની પાઇપ ફાટતા ખેડૂતો થયા પાયમાલ
আটাৰীখাট চাহ বাগিছাত আছাৰ তীব্ৰ প্ৰতিবাদ
আটাৰীখাট চাহ বাগিছাত আছাৰ তীব্ৰ প্ৰতিবাদ
બંધ મકાનને તસ્કરો નિશાન બનાવ્યું
દાહોદ શહેરમાં એક બંધ મકાનને તસ્કરોએ નિશાન બનાવી મકાનના મકાનના છતના પતરા તોડી મકાનમાં પ્રવેશ કરી...
राजस्थान कांग्रेस युवाओं पर खेल रही दांव, नई लिस्ट में 25 प्रत्याशियों की उम्र 40 साल से कम
राजस्थान कांग्रेस अब युवाओं पर अपना दांव खेल रही है. जानकारी के अनुसार, कांग्रेस द्वारा जारी की...
Farmers Protest: किसान नेता Gurnam Singh Chaduni का सरकार को अल्टीमेटम, कहा- Haryana भी शामिल होगा
Farmers Protest: किसान नेता Gurnam Singh Chaduni का सरकार को अल्टीमेटम, कहा- Haryana भी शामिल होगा