উত্তৰ প্ৰদেশৰ বান্দাত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। যমুনা নৈত ডুব গ’ল মানুহেৰে ভৰা এখন নাও। 

বৰ্তমানলৈকে চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক নিখোজ হৈ থকাৰ আশংকা কৰা হৈছে।

ঘটনাটো বান্দা জিলাৰ মাৰ্কা থানা এলেকাত সলংঘটিত হোৱা বুলি জানিব কৰা গৈছে। 

বৰ্তমানলৈকে নাওখন কি কাৰণত দুৰ্ঘটনাত পতিত হয় তাৰ বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই।