অসমত পুনৰ অনুস্থিত হ'ব নেশ্যনেল গেমছ২০২৫ অথবা ২০২৬ চনত অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। এই সন্দৰ্ভত সকলো প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে।আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ অংশ হিচাপেই ইতিমধ্যে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে ৰাজ্য চৰকাৰে। এই পৰিকল্পনাৰেই নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ অংশ হিচাপেই ইতিমধ্যে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে ৰাজ্য চৰকাৰে। এই পৰিকল্পনাৰেই নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।নেহৰু ষ্টেডিয়ামত ৬০০ কোটি টকা খৰচ কৰি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ফুটবল ফিল্ডৰ লগতে অনুশীলন ফিল্ড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পত থাকিব ৰাজ্যৰ আটাইবোৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়। নিৰ্মাণ কৰা হ'ব অলিম্পিক পৰ্যায়ৰ ফুটবল ফিল্ডো।ৰাষ্ট্ৰীয় ক্ৰীড়াক সন্মুখত ৰাখিয়েই আমিনগাঁৱত নিৰ্মাণ কৰা হৈছে মাল্টি পাৰ্পছ ষ্টেডিয়াম । চন্দ্ৰপুৰতো অহা মাহৰ পৰা নিৰ্মাণ কৰা হ'ব আন এখন মাল্টি পাৰ্পছ ষ্টেডিয়াম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लाखों श्रद्धालुओं की आस्था के पर्व भदરवी पूनम महामेला का रंगारंग शुभारंभ
लाखों श्रद्धालुओं की आस्था के पर्व भदરवी पूनम महामेला का रंगारंग शुभारंभ
Godrej Pet Care Launches "Ninja Pet Food" Brand across four states including Karnataka
Godrej Pet Care Launches "Ninja Pet Food" Brand across four states including Karnataka
पुणे नगर महामार्गांवर ट्रॅव्हल्स पलटी झाल्याने 12 ते 14 प्रवासी जखमी, कोणतीही जीवितहानी नाही...
रांजणगाव गणपती: पुणे-नगर महामार्गावर कारेगावच्या हद्दीत व्हर्लपूल कंपणी समोर मुंबई वरुन...