ঢকুৱাখনাতো ব্লক কংগ্ৰেছৰ উদ্যোগত স্বাধীনতা গৌৰৱ যাত্ৰা উপলক্ষে ৫কি:মি:জোৰা সজাগতা ৰেলি।
আজি ঢকুৱাখনাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ঢকুৱাখনাৰ নগৰ মাজেৰে স্বাধীনতাৰ গৌৰৱ যাত্রাৰ ৰেলিৰ বাহিৰ কৰা হয়।
এই ৰেলিত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে,প্ৰদেশ কংগ্ৰেছৰ নেতা মুকুল গগৈকে আদি কৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।