ডিমাকুচি চাহ বাগিচাৰ 24নং লাইনৰ অঙ্গনৱাড়ী কেন্দ্ৰত আজি ঘৰ ঘৰ ত্ৰিৰংঙ্গা কায্যসুচী এক ৰূপায়ন কৰে।এই অনুষ্ঠানত উপস্থিত থাকে অংগনবাদী কেন্দ্ৰৰ কৰ্মী অঞ্জু কোোঁৱৰ লগতে সহায়িকা।