স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশে যি হৰ ঘৰ তিৰংগা কায্যসুচি হাতত লৈছে সেই উদ্দেশ্যৰে গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ ভাতৃ আৰু পৰিয়ালবৰ্গক সাক্ষাত কৰি শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগক সন্মান যাছিলে । লগতে আজিৰ কাৰ্য্যসুচি সম্পুৰ্ন অৰাজনৈতিক শ্বহীদ গৰাকীৰ প্ৰতি যি শ্ৰদ্ধা সেইয়া স্বাধীনতা ৭৫ বছৰত দেশাত্মকবোধ । শ্বহীদ পৰিয়ালৰ হৈ তেখেতলৈ আন্তৰিত ধন্যবাদ জনাইছে । অনুষ্ঠানত উপস্থিত থাকে OBC DEVLOPMENT bord ৰ অধ্যক্ষ শ্ৰীযুত নোমল বৰুৱা আৰু হেলেম মণ্ডলৰ ভাৰতীয় জনতা পাটিৰ সভাপতি শ্ৰীযুত নিৰন হাজৰিকা ।

#জয়_হিন্দ_বন্দে_মাতৰম_