অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। গুৱাহাটীত পুনৰ হ’ব আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ এখন মেচ হ'ব গুৱাহাটীত। 

উক্ত শৃংখলাৰ দ্বিতীয়খন মেচ চলিত বৰ্ষৰ ১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।