১৫টাৰ অধিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ৰনথলি স্থিত অসমীয়া কেঁচা গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী ৰ স্বতাধিকাৰী,যুব লেখক,সমাজকৰ্মী উৎপল বনিয়াই জানিব দিয়ে যে নকল অসমীয়া কেচাঁ সোনৰ ব্যবসায় আৰম্ভ হোবাত প্ৰকৃত শিল্পী সকল সমস্যাৰ সন্মেসীন হৈছে।

সেইয়ে ডুগডুগীয়ে নকল  অসমীয়া কেঁচা সোনৰ বিৰোধে ২০২৪ৰ পৰা সংকল্প যাত্ৰা আৰম্ভ কৰিব।

উৎপল বনিয়াই জানিব দিয়ে যে অসমীয়া কেঁচা সোনৰ গহনাক জনপ্ৰিয় কৰাৰ বাবে মংগলবাৰৰ পৰা অভিযান আৰম্ভ কৰিছে আৰু ৩১ডিচেম্বৰৰলৈকে বিভিন্ন চচিয়ল মাধ্যমৰ জৰিয়তে নকল গহনা কেনেকৈ চিনাক্ত কৰিব পৰা যাব আৰু নেতিবাচক প্ৰভাব ইত্যাদি সম্পৰ্ক ত সজাগতা মূলক বাৰ্তা প্ৰেৰন কৰাৰ ব্যবস্থা কৰা হৈছে।

    লগতে ১জানুবাৰীৰ পৰা ১০জানুবাৰী ২০২৪লৈকে নববৰ্ষ উপলক্ষে ২০শতাংশ ৰেহাই,২৫শতাংশ ডুগডুগীৰ ৰেহাই কাৰ্ড দিয়াৰ লগতে ডুগডুগীৰ  কেলেণ্ডাৰ দিয়া হব।

১২জানুবাৰী ৰ পৰা ৩১ জানুৱাৰী ২০২৪লৈকে পুৰনি ডিজাইনৰ অসমীয়া গহনাত ২৫শতাংশ আৰু নতুন গহনাত ২০শতাংশ ৰেহাই দিয়াৰ লগতে খাৰু,আঙুঠি আৰু কপালীত ১৫শতাংশ ৰেহাই দিয়াৰ লগতে সকলো গ্ৰাহকক ২৫শতাংশ ডুগডুগী ৰেহাই কাৰ্ড, ডুগডুগীৰ একোখনকৈ কেলেণ্ডাৰ,৩৫০০০টকাৰ মূল্যৰ ওপৰত গহনা ক্ৰয় কৰা গ্ৰাহকক একোখনকৈ আঙুঠি, উপহাৰ দিয়া হব।

  ১৪জানুবাৰীত পথচাৰী দুখিয়া লোকক ভোগালীৰ পিঠা,জলপান প্ৰদান কৰাৰ লগতে ১৭জানুবাৰীত ৬গৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হব।