স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন বাকী । প্ৰতিগৰাকী ভাৰতীয়ই সগৌৰৱেৰে স্বাধীনতা দিৱস পালন কৰিবলৈ সাজু হৈছে । প্ৰতিবছৰৰ দৰে গুৱাহাটিত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ বিশাল কাৰ্যসূচীত এইবাৰো প্ৰদৰ্শিত হ'ব অসম আৰক্ষীৰ দুঃসাহসিক ক্ৰীড়া । মটৰ চাইকেলত উঠি আৰক্ষীৰ জোৱানে প্ৰদৰ্শন কৰিব শিহৰণকাৰী খেলা । দেৰগাৱঁৰ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰৰ ৪৩ জনীয়া এটা জোৱানৰ দল সাজু হৈছে এই প্ৰদৰ্শনৰ বাবে । ১৬ গৰাকী মহিলা জোৱান থকা এই দলটো এতিয়া ব্যস্ত হৈছে শেষ আখৰাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Market Raises Concerns | अमेरिकी Tech Shares से क्या है संकेत? PCE आंकड़ों से पहले कैसा है हाल?
US Market Raises Concerns | अमेरिकी Tech Shares से क्या है संकेत? PCE आंकड़ों से पहले कैसा है हाल?
તલાટીની પરીક્ષા આપવા આવેલા યુવાનને ધરમપુર અકસ્માત નડ્યો પોરબંદર પોલીસ દ્વારા સરાહનીય કામગીરી કરાય
તલાટીની પરીક્ષા આપવા આવેલા યુવાનને ધરમપુર અકસ્માત નડ્યો પોરબંદર પોલીસ દ્વારા સરાહનીય કામગીરી કરાય
Toyota Rumion MPV Launched: कुल तीन वेरिएंट में लॉन्च हुई टोयोटा की ये एमपीवी कार, CNG ऑप्शन भी शामिल
कॉस्मेटिक रूप से देखें तो रुमियन दिखने में काफी हद तक मारुति की अर्टिगा जैसी लगती है। बदलावों की...
গোলাঘাটত সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী ৰ পতকা দাহ।
গোলাঘাটত বিচ্ছিন্নবাদী সন্ত্ৰাসবাদী সংগঠন "খালিস্থানী"ৰ পতকা দাহ। হিন্দু যুৱ পৰিষদ,অসমে দাহ কৰে...
પૂર્વ ધારાસભ્ય શંકર ચૌધરી પૂર્વ ધારાસભ્ય અલ્પેશ ઠાકોરે સભાને સંબોધતા ભરી સભામાં કહ્યું
પૂર્વ ધારાસભ્ય શંકર ચૌધરી પૂર્વ ધારાસભ્ય અલ્પેશ ઠાકોરે સભાને સંબોધતા ભરી સભામાં કહ્યું