সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰানৰ ৰাইদঙীয়াত অৱস্থিত ৰাইদঙীয়া উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত মৰাণ।নাগৰিক সমাজৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে মৰাণ নাগৰিক সমাজৰ সভাপতি ড°গিৰীন ফুকন, সম্পাদক ড°যতীন চুতীয়া সহ আান বিষয় ববীয়া সকল উপস্থিত থাকে।এই অনুষ্ঠানতে মন্ত্ৰী যোগেন মহনে কাৰ্য্যালয়টো মেৰামতিৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰপৰা তিনিলাখ টকাৰ অনুদান আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাৰিদুৱাৰ আৰক্ষী ১৫ আগষ্ট উপলক্ষে সষ্টম
দেশে উদযাপন কৰিছে স্বাধীনতাৰ গৌৰৱজ্বল ৭৫ বছৰ। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে...
ભાજપ પ્રદેશ પ્રમુખ જગદીશ વિશ્વકર્માની ઉત્સાહભેર ઉજવણી.
ગુજરાતમાં ભાજપ પ્રદેશ પ્રમુખની નિયુક્તિની લાંબી રાહ જોયા બાદ પક્ષના પીઢ નેતા તથા સહકાર મંત્રી...
এজাক বৰষুণতে ডুবিল বাইহাটা চাৰিআলিঃ নলাৰ সু-ব্যৱস্থা কৰি দিবলৈ ভুক্তভোগী ৰাইজৰ দাবী
পুৱাৰ ভাগত এজাক ডবাপিতা বৰষুণত ডুব গ’ল বাইহাটা চাৰিআলি ৷ কামৰূপ জিলা লোক নিৰ্মাণ...
KHEDA NEWS - TV92 GUJARAT MANDVI 23-09-2022
KHEDA NEWS - TV92 GUJARAT MANDVI 23-09-2022
दिल्ली में छात्रा को गोली मारने वाले आरोपी को Delhi Police ने किया गिरफ्तार
दक्षिणी दिल्ली के संगम विहार इलाके में 11वीं कक्षा की छात्रा को 25 अगस्त को गोली मारने के आरोपी...