বৃহস্পতিবাৰে দিনৰ এঘাৰ।বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ সভা আৰু যক্ষ্মাৰোগৰ প্ৰাপ্ত বয়স্ক লোকৰ প্ৰতিষেধকৰ জিলা কৰ্মবাহিনী গোট গঠনৰ এই বিশেষ কাৰ্য্যসূচী সভাৰ সভাপতিত্ব কৰে জিলাআয়ুক্ত আদিত্য বিক্ৰম যাদৱে।উল্লেখযোগ্য যে দহ ডিচেম্বৰৰ পৰা হ'ব লগা উপ -ৰাষ্ট্ৰীয় পালচ্ পলিঅ'অভিযানৰ সফল ৰূপায়নৰ বাবে জিলাবাসীৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছে জিলা স্বাস্থ্যবিভাগে ।এগৰাকীও হিতাধিকাৰী এই প্ৰতিষেধকৰ পৰা বাদ নপৰে স্বাস্থ্য অথাৰ্ৎ চাৰ্ভিচ প্ৰভাইদাৰ সকলক শুভেচ্ছা জনাইছে , এই সন্দৰ্ভত সক্ৰিয় সহযোগিতা আগবঢ়োৱাৰ বাবে। সভাত স্বাস্থ্যবিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালি দুৱৰা স্বাস্থ্যবিভাগৰ যুটীয়া স্বাস্থ্যসঞ্চালক ডাঃভূপেন্দ্ৰ কুমাৰ দাস , শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাখন কলিতা, ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, ডাঃচন্দ্ৰলেখা শইকীয়া, ডাঃ দ্বিজেন কোচকে ধৰি স্বাস্থ্যবিভাগৰ আন আন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। দিনৰ প্ৰায় এক বজাত প্ৰথম পৰ্য্যায়ৰ সভাৰ পাছত অনুষ্ঠিত হয় জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত স্বাস্থ্যবিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰাৰ সভাপতিত্বত শিৱসাগৰ জিলাৰ মুঠ ছখন পি পি বি চাহ বাগিছাৰ মধ্যবৰ্ষৰ পৰ্য্যালোচনা সভা।উল্লেখযোগ্য যে দিনযোৰা বিভিন্ন কাৰ্য্যসূচী ৰূপায়িত কৰা হয় জিলা স্বাস্থ্যবিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ટી એચ ઓ ની રહેમ નજર હેઠળ
વિજયનગર તાલુકામાં બોગસ ડોક્ટરોની હાંટડીઓ ધમધમી રહી છે..
ટી એચ ઓ ની રહેમ નજર હેઠળ ચાલી રહી છે...
ઓન્લી એટીટ્યુડ બ્યૂટી સલૂન અને કિંગ સ્ટાર સ્પોર્ટ્સ એકેડમી દ્વારા ફિફા વર્લ્ડ કપ 2022 ફૂટબોલ સેલિબ્રેશન ઈવેન્ટનું કરાયું આયોજન
ઓન્લી એટીટ્યુડ બ્યૂટી સલૂન અને કિંગ સ્ટાર સ્પોર્ટ્સ એકેડમી દ્વારા ફિફા વર્લ્ડ કપ 2022 ફૂટબોલ...