বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত অৱস্থিত লাচিত উদ্যানৰ প্ৰঙ্গণত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণসমিতি জতীয় সংগঠন আৰু।অবিভক্ত শিৱসাগৰ বাসীৰ সহযোগত।উদ্‌যাপন কৰা হৈছে লাচিত দিৱস।এই লাচিত দিৱসৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাহয়।শিৱসাগৰ জিলা পৰিষদ আৰু টাই সাহিত্য সভাৰ বিশেষ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে লাচিত দিৱস।