দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ অঞ্চলতো পোহৰৰ উৎসৱ দীপান্বিতা আৰু শ্ৰীশ্ৰী কালি পূজাৰ উল্লহ মালহেৰে পালন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা ৰ সমান্তৰালকে শনিবাৰে পূবাৰ পৰাই ৰহা বজাৰত গ্ৰাহক সকলৰ ভিৰ আৰু গ্ৰাহকক চাকি,বন্তি,ফটকা আৰু নানান ৰংগী লাইট ক্ৰয় কৰি থকা পৰিলক্ষিত হল।

   লগতে ৰহা বজাৰ স্থিত সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা মণ্ডপত দেওবাৰৰ পৰা দুই দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী কালি পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।