ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস ৰ আজি কিছুসময় পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ত চিকিৎসাধীন অবস্থাত পৰলোকপ্ৰাপ্তি ঘটে।

     প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস ৰ বিয়োগৰ বাতৰি পোবাৰ লগে লগে ৰহাত শোকৰ ছাঁ বিয়পি পৰে।