অসম অৰুণাচলৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুই ৰাজ্যৰ মন্ত্ৰী বিধায়কে এক বিশেষ আলোচনাত মিলিত হয়। সমিলমিলৰ মাজতে দুই ৰাজ্যৰ সীমা সমস্যা কেনেদৰে সমাধান কৰিবলৈ পাৰি তাৰ অংশ স্বৰূপে আজি নাহৰকটীয়াৰ জয়পুৰত দুই ৰাজ্যৰ মন্ত্ৰী বিধায়কে আলোচনাত মিলিত হয়।