এক নবেম্বৰত হ'বলগা ধৰ্মীয় শোভাযাত্ৰাত জাতি -ধৰ্ম নিৰ্বিশেষে শোভাযাত্ৰাত অংশগ্ৰহনৰ আহ্বান সদৌঅসম কৃষ্ণ সূৰ্য্যনাম সমাজৰ আহ্বান।সদৌঅসম কৃষ্ণ সূৰ্য নাম সমাজৰ উদ্যোগত পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা সংকল্পিত মহা পাল নামৰ এই ধৰ্মীয় শোভাযাত্ৰাৰ এই বিশাল কাৰ্য্যসূচীত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে।এই বিশাল শোভাযাত্ৰা শিৱসাগৰ নগৰৰ মাজ মজিয়াত বাহিৰ কৰাহ'ব।আনহাতে আজি সন্ধ্যাৰ পৰা আৰম্ভ হ'ব এক।বৰ্ণঢ্য কাৰ্য্যসূচী।দিহানামৰ সম্ৰাট কমলা গগৈৰ দিহানামেৰে মুখৰিত হ'ব বৈকুণ্ঠ পুৰীলৈ।
শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মহা পাল নাম অনুষ্ঠিত , বিশাল ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহনৰ আহ্বান সদৌঅসম কৃষ্ণ সূৰ্য্যনামসমাজৰ।
