৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি উঠিল চাৰিচকীয়া বাহন। লখৰা চাৰিআলিত জ্বলি উঠিল Ranault Kwid বাহন। সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বাহনখনৰ নম্বৰ AS01DM1900। গড়চুক দিশৰ পৰা বশিষ্ঠ চাৰিআলি অভিমুখে আহি আছিল বাহনখন। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৈ থাকোঁতে নচলা হৈছিল বাহনখন। পুনৰ ষ্টাৰ্ট কৰিবলৈ লওঁতেই হঠাৎ জ্বলি উঠে Ranault Kwid বাহনখন। বাহনখনত চালক আৰু দুজন আৰোহি আছিল। কোনোমতে প্ৰাণ ৰক্ষা পৰিল চালকসহ আৰোহীৰ। ঘটনাটোৰ ফলত তীব্ৰ যান-জতৰ সৃষ্টি হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱা
শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে লক্ষিমপুৰ লোকসভা...
दिल्ली में विदेश मंत्रालय के वरिष्ठ अधिकारी के साथ लूट, कार का शीशा तोड़कर बदमाश उड़ा ले गए कीमती सामान
राष्ट्रीय राजधानी दिल्ली में आम से लेकर खास तक, कोई भी सुरक्षित नहीं है। विदेश मंत्रालय...
Soups and Loneliness : बुजुर्गों का अकेलापन कैसे दूर कर रहा है सूप (BBC Hindi)
Soups and Loneliness : बुजुर्गों का अकेलापन कैसे दूर कर रहा है सूप (BBC Hindi)
राहुल कभी सावरकर नहीं हो सकते, वे 'गांधी' नहीं...; भाजपा सांसद पंकजा मुंडे का आपत्तिजनक बयान
नई दिल्ली,
भारतीय जनता पार्टी की सांसद पंकजा मुंडे ने कांग्रेस नेता राहुल गांधी के...