সোণাৰিৰ আৰ এছ এছৰ কাৰ্যালয়ৰ ভূমি পূজন সম্পন্ন।আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সোনাৰি সেউজ নগৰ ১৬ নং ৱাৰ্ডত আৰ এছ এছৰ চৰাইদেউ জিলা কাৰ্যালয় নিৰ্মাণৰ বাবে তেখেতৰ নিজা এক বিঘা মাটি প্ৰদান কৰে। এই উপলক্ষে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক কোঁৱৰৰ লগতে আন কেইবাগিৰাকী গণ্য মান্য ব্যক্তি। আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ একমাত্ৰ কণ্যা মেঘালী কোঁৱৰ জন্মদিন হোৱাৰ বাবে বিধায়ক কোঁৱৰৰ লগতে উক্ত ভূমিত তেখেতৰ পৰিয়াল বৰ্গই বৃক্ষ ৰোপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પશુને બચાવવા જતા રીક્ષાનો અકસ્માત
ઉનાના ગરાળ રોડ પર અચાનક પશુ આડે ઉતરતા રીક્ષા ચાલકે સ્ટિયરિંગ પરનો કાબૂ ગુમાવ્યો; અસ્માત સર્જાતા બાળક સહિત બેને ઈજા
ઉનાના ગરાળ રોડ પર મોટી સંખ્યામાં લોકોની અવર જવર રહેતી હોય છે. ત્યારે સાથે સાથે પશુઓની પણ અવર જવર...
Women Reservation Bill पर Amit Shah क्या बोले कि Supriya Sule ने बीजेपी नेता को घेर लिया
Women Reservation Bill पर Amit Shah क्या बोले कि Supriya Sule ने बीजेपी नेता को घेर लिया
Accident in MP: ट्रक से टकराई कार- हादसे में 3 युवकों की दर्दनाक मौत
Accident in MP: ट्रक से टकराई कार- हादसे में 3 युवकों की दर्दनाक मौत
एमपी में सड़क हादसों...
শিশুৰ মনতো দেশপ্ৰেম
শিশুৰ মনতো দেশপ্ৰেম। গোলাঘাটত হাতত ত্ৰিৰংগা লৈ ফুটো-নুফুটো মাতেৰে শিশুৱে পৰিবেশন কৰিলে...
બનાસકાંઠાના દિયોદરખાતે ગુજરાત સરકાર અને ઈએમઆરઆઈ ગ્રીન હેલ્થ સર્વિસ દ્વારા દિયોદર મા નવી મોબાઈલ મેડિકલ વાન આપવામાં આવી
બનાસકાંઠાના દિયોદર ખાતે ગુજરાત સરકાર અને ઈએમઆરઆઈ ગ્રીન હેલ્થ સર્વિસ દ્વારા દિયોદર મા નવી મોબાઇલ...