মৰাণত চাঞ্চল্য । চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই ৰজালাইনৰ সমীপত পুখুৰীত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ । পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় প্ৰায় ৬০ বছৰ বয়সৰ লোকজনৰ মৃতদেহ । মৰাণহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত চলাইছে । ইফালে মৃত লোকজন খুমটাই তিনিচুকিয়া লাইনৰ 'দৈতাৰি' বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sheikh Hasina Congratulate Trump: Bharat से चुपचाप ट्रंप के पास पहुंची शेख हसीना, किया बड़ा ऐलान !
Sheikh Hasina Congratulate Trump: Bharat से चुपचाप ट्रंप के पास पहुंची शेख हसीना, किया बड़ा ऐलान !
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ভাৰত বাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ যোৱা নিশা সফল সামৰণি পৰে
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ভাৰত বাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ যোৱা নিশা সফল সামৰণি পৰে। ৩০...
उदगीर शहरातील दीपसंध्या कार्यक्रमात विद्यार्थिनीने सादर केली स्त्रीभून हत्येवरील स्वलिखितित एकांकिका
उदगीर शहरातील दीपसंध्या कार्यक्रमात विद्यार्थिनीने सादर केली स्त्रीभून हत्येवरील स्वलिखितित एकांकिका
આજે ધાનેરા સવારથી જ ગાઢ ધુમ્મસ છવાયું હતું.
આજે સવારથી જ ગાઢ ધુમ્મસ છવાયું હતું. જેને લઈ વિઝિબિલિટી ઘટી જતા વાહન ચાલકો પરેશાન થયા હતા અને...