মৰাণ অভিমুখে AS04AC6375 নং বাচ আৰু ডিব্ৰুগড় অভিমুখে AS04 3C1334 ডাম্পাৰ খনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় কমেও দহজন যাত্ৰী। লগে লগে আহত সকলক তিলৈ মৰাণ সামুহিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হয়। ঘটনা স্থলীত উপস্থিত হৈ মৰাণ আৰক্ষীয়ে ঘটনাৰ বুজ লোৱাৰ লগতে বাহনকেইখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আতৰাই যাতায়তৰ বাবে সুচল কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী
সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। স্বাধীনতাৰ...
Maharashtra BJP President | Chandrashekhar Bawankule On Amol Mitkari Offer To Pankaja Munde
Maharashtra BJP President | Chandrashekhar Bawankule On Amol Mitkari Offer To Pankaja Munde
विद्युत आपूर्ति बंद रहेगी
लाखेरी - गुरुवार 4 जुलाई को 33 के.वी., जी.एस.एस. झालीजी का बराना पर मेंटीनेंस का कार्य किया...