*মৰিগাঁৱত গুৱাহাটীৰ পৰা চুৰি কৰা আল্ট্ৰা বাছ সহ আটক গাড়ী চোৰ। ডিমাপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বাছখন। মৰিগাঁৱৰ জালুগুটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ নাথৰ নেতৃত্বত এটা আৰক্ষী দলে তীব্ৰ বেগী AS 01FC 7426 নম্বৰৰ আল্ট্ৰা বাছ খন জব্দ কৰে। গাড়ীখনৰ হেণ্ডিমেন বিজিত বৰ্মন নামৰ যুৱক জনক চুৰি কাৰ্যত জৰিত অপৰাধত আটক কৰে আৰক্ষীয়ে। উল্লেখ্যযে মালিক চফিকুল হকে GPS ৰ জৰিয়তে বাাাখন মৰিগাঁও দিশে অহাৰ সম্ভেদ পায় আৰক্ষীক অৱগত কৰে৷ সেইমৰ্মে জালুগুটি পহৰা চকীৰ আৰক্ষীয়ে চোৰ বিজিত বৰ্মন সহ বাছখন জব্দ কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 । 14 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । कुंभ राशि । AQUARIUS । Daily Horoscope
AAJTAK 2 । 14 OCTOBER 2023 । AAJ KA RASHIFAL । आज का राशिफल । कुंभ राशि । AQUARIUS । Daily Horoscope
રાજકોટ : મહાનગરકાલિકા ની ઢોરપકડ પાર્ટી પર હુમલો...
રાજકોટ : મહાનગરકાલિકા ની ઢોરપકડ પાર્ટી પર હુમલો...
Karnataka Polls: हुबली धारवाड में 'बजरंग बली' की इंट्री से पहले ही आसमान पर है सियासी पारा, नेताओं की लगी होड़
हुबली। कर्नाटक चुनाव में ''बजरंग बली'' की इंट्री के जरिये भाजपा बीते तीन दिनों में सूबे के...
વઢવાણ શહેરમાં-1 અને ચુડા ગ્રામ્યમાં-1 સહિત કુલ 2 લોકો કોરોનાગ્રસ્ત બન્યા
વઢવાણ શહેરમાં-1 અને ચુડા ગ્રામ્યમાં-1 સહિત કુલ 2 લોકો કોરોનાગ્રસ્ત બન્યા હતા. આ દિવસે 2 દર્દી...