মহিলা সংৰক্ষণ বিধেয়ক'ক লৈ কেবিনেট মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
এই বিধেয়কৰ জৰিয়তে বিধানসভা আৰু লোকসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী যোগেন মহনে । এই বিধেয়কৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়ি যাব । ৰাজনৈতিক দিশত নাৰীৰ অংশগ্ৰহনে সমাজখনক লাভাম্বিত কৰিব ।
আনহাতে, ২৫ ছেপ্তেম্বৰত কৰম পূজাৰ বন্ধক লৈ চাহ জনগোষ্ঠীয় দল-সংগঠনে অসন্তোষ প্ৰকাশ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগেন মহনে । চাহ জনগোষ্ঠী লোকসকলক চৰকাৰে যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছে । যদি কিবা সমস্যা আছে আলোচনা কৰিলেই সমাধান হব ।
উল্লেখ্য যে ২৫ ছেপ্তেম্বৰৰ দিনটোৰ বন্ধৰ সলনি অন্য বন্ধৰ দিনত শ্ৰমিকসকলে কাম কৰিব লাগিব ঘোষনা কৰাত ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল চাহ জনগোষ্ঠীয় দল-সংগঠনে
।