যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত লৰমাবটাঁকুছি গাৱঁৰ যুৱক প্ৰীতম দাস৷উল্লেখ্য যে গাওঁখনৰ বিনোদ দাস আৰু ডালিমী দাসৰ একমাত্ৰ পুত্ৰ প্ৰীতম দাসে অন্ধ্ৰপ্ৰদেশলৈ কৰ্মৰ সন্ধানত আন চাৰি বন্ধুৰ লগত যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল৷ঘৰৰ পৰা ঘগ্ৰাপাৰ হৈ ৰঙিয়া ৰেলৱে ষ্টেচনলৈ যোৱা সময়লৈকে পুত্ৰৰ লগত ফোন যোগে যোগাযোগ চলি আছিল৷ইয়াৰ পিচত প্ৰীতমে ৰঙিয়া ষ্টেচনৰ পৰা ফোন যোগে ঘৰত জানিব দিয়ে যে তেওঁৰ বন্ধু কেইজন আহি পালে ৰেলযাত্ৰা আৰম্ভ কৰিব,লগতে তেওঁ কয় যে মোৰ মোবাইল ফোন অফ হব পাৰে সেয়েহে মই এটা বেলেগ নম্বৰ দিম সেইটোত যোগাযোগ কৰিবা৷কিন্ত দুৰ্ভাগ্যজনক কথা যে সোমবাৰৰ নিশাৰে পৰা পুত্ৰৰ কোনো শুংসূত্ৰ পোৱা নাই৷অৱশেষত উপায়ন্তৰ পিতৃমাতৃয়ে আজি ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ওদালগুৰিৰ ডিমাকুছিত আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক উষ্ম আদৰণি
ওদালগুৰিৰ ডিমাকুছিত আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক উষ্ম আদৰণি
Banaskantha News | બનાસકાંઠાનાં વડગામમાં અવિરત વરસાદને કારણે મકાન ધરાશાયી @networknews2282
Banaskantha News | બનાસકાંઠાનાં વડગામમાં અવિરત વરસાદને કારણે મકાન ધરાશાયી @networknews2282
एका कॉन्स्टेबलकडून दुसऱ्या पोलीस सहकाऱ्याच्या पत्नीचा अश्लील व्हिडीओ व्हायरल
एका कॉन्स्टेबलकडून दुसऱ्या पोलीस सहकाऱ्याच्या पत्नीचा अश्लील व्हिडीओ व्हायरल
Mallikarjun Kharge ने Nitish Kumar पर साधा निशाना कहा 'डरे हुए लोग गठबंधन छोड़ रहे हैं' | Aaj Tak
Mallikarjun Kharge ने Nitish Kumar पर साधा निशाना कहा 'डरे हुए लोग गठबंधन छोड़ रहे हैं' | Aaj Tak