*দিমৰুগুৰি পঞ্চায়ত কাৰ্যালয়ত ৰাইজৰ প্ৰতিবাদ*

*পূৰ্বে ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্বত থাকি সীমাহীন বিত্তীয় কেলেংকাৰী সৃষ্টি কৰাৰ পাছত বদলি কৰিছিল গ্ৰামোন্নয়ন বিভাগে*

*পুনৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ দিমৰুগুৰি পঞ্চায়তত এইগৰাকী দুৰ্নীতি পৰায়ন সচিবক নিযুক্তিৰ প্ৰতিবাদত গণ ধৰ্ণা*

*দিমৰুগুৰি পঞ্চায়ত কাৰ্য্যালয়ৰ সন্মুখত ৰাইজ সংগঠনৰ উত্তাল প্ৰতিবাদত অচল কাৰ্যালয়*

*গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহেৰে ৰাইজৰ প্ৰতিবাদ*

*বিধায়ক নৱ দলে হুচিয়াৰ ,দুৰ্নীতিগ্ৰস্ত সচিব দীপালি পাতিৰ গ বেক শ্লোগানত উত্তাল পৰিবেশ*