সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ প্ৰতিনিধি সভা দেওবাৰে ৰহাত অনুষ্টিত হৈ যায় আৰু ৩১জনীয়া নগাঁও জিলা আক্ৰাছুৰ নতুন সমিতি গঠন কৰা হয়।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

    ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ দেওবাৰে নগাঁও জিলা আক্ৰাছুৰ প্ৰাক্তন সভাপতি শিব নাৰায়ন বৰা ৰ সভাপতিত্বত অনুষ্ঠিত হোবা হোবা সভাত পুৰনি সমিতিৰ কাৰ্য্যকাল সমাপ্ত হোবাত পুৰনি সমিতি ভংগ কৰি আঞ্চলিক সমিতিৰ প্ৰতিনিধি ক লৈ সৰ্বস্মতিত পংকজ বৰা ক সভাপতি,পৰেশ ডেকাৰ সম্পাদক হিচাপে লৈ নগাঁও জিলা আক্ৰাছুৰ নতুন সমিতি গঠন কৰা হয়।প্ৰতিনিধি সভাত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পাৰ্থজ্যোতি বৰা,সহকাৰী ,সম্পাদক ৰাতুল ৰাজবংশী,মৰিগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক পৰেশ ডেকা সহ আক্ৰাছুৰ ১৪খন আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে।