জামুগুৰি পৌৰসভা কাৰ্যালয়ত সংবাদমেল৷ সংবাদমেল সংবোধন কৰে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবীতা শৰ্মা মহন্ত আৰু উপ পৌৰপতি অঞ্জন কলিতাই।